danewsplus.com
danewsplus.com

CDS বিপিন ৰাৱাটৰ মৃত্য়ু সম্পৰ্কত কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰীয়ে?

0 145

ডিজিটেল ডেস্ক: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে সংসদত প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক বিপিন ৰাৱাটকে ধৰি ১৩ জন লোকৰ মৃত্যুকলৈ এক বিবৃতি প্ৰকাশ কৰে।বিবৃতিত তেওঁ দুৰ্ঘটনাত নিহত হোৱাসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰে।

তামিলনাডুৰ কুন্নুৰৰ সমীপত তেওঁলোকক কঢ়িয়াই নিয়া ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বুধবাৰে দিল্লীত চিডিএছ ৰাৱাটৰ বাসগৃহ পৰিদৰ্শন কৰে।

তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱাটৰ মৃত্যুত গভীৰ ক্ষোভ প্ৰকাশ কৰি ৰাজনাথ সিঙে কয় যে, তেওঁৰ অকাল মৃত্যু সশস্ত্ৰ বাহিনী আৰু দেশৰ বাবে এক অপূৰণীয় ক্ষতি।

টু্ইটাৰত তেওঁ লিখে যে: “Deeply anguished by the sudden demise of Chief of Defence Staff Gen Bipin Rawat, his wife and 11 other armed forces personnel in an extremely unfortunate helicopter accident today in Tamil Nadu.”
“His untimely death is an irreparable loss to our armed forces and the country,”
“As the first Chief of Defence Staff he had prepared plans for jointness of our armed forces,”
“My heart goes out to the families of those who lost their loved ones in this accident. Praying for the speedy recovery of Gp Capt Varun Singh, who is currently under treatment at the Military Hospital, Wellington,”

Leave A Reply

Your email address will not be published.