danewsplus.com
danewsplus.com

শচীন তেণ্ডুলকাৰৰ  জীয়ৰী চাৰা তেণ্ডুলকাৰৰ অভিষেক

0 456

ডিজিটেল ডেস্ক: কিংবদন্তী ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ  জীয়ৰী চাৰা তেণ্ডুলকাৰে মডেলিং জগতত আত্মপ্ৰকাশ কৰিছে। 

তেওঁক অলপতে Ajio ৰ উচ্চ-স্তৰৰ ফেশ্বন বিভাগ – Ajio looks ৰ বাবে এটা বিজ্ঞাপন প্ৰচাৰত দেখা পোৱা যায়। তাৰকা সন্তান গৰাকীয়ে অভিনেত্ৰী বনিতা সান্ধু আৰু তানিয়া শ্ৰফৰ সৈতে গ্ৰেণ্ড মডেলিংত পোন প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছিল।

সোমবাৰে ইনষ্টাগ্ৰামত  চাৰা তেণ্ডুলকাৰে এটা বিজ্ঞাপন পোষ্ট কৰিছিল য’ত তেওঁক কাপোৰৰ ব্ৰেণ্ডৰ বাবে পোজ দিয়া দেখা গৈছিল।

Leave A Reply

Your email address will not be published.