danewsplus.com
danewsplus.com

টীয়কত ক’ভিড ভেকচিন লোৱা বৃদ্ধাৰ মৃত্যু

0 266

ডিজিটেল ডেস্কঃটীয়কৰ উত্তৰ দুলীয়াত ভেকচিন লোৱাৰ তিনি ঘণ্টাৰ পিছতেই মৃত্যু ঘটিল লাৱণ্য দাস নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ৷ ভেকচিন লোৱাৰ পিছত বুকুত বিষ অনুভৱ কৰিবলৈ ধৰাত ততাতৈয়াকৈ বৃদ্ধাগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ভেকচিন লোৱাৰ পূৰ্বে সম্পূৰ্ণ সুস্থ আছিল বৃদ্ধাগৰাকী। মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHলৈ প্ৰেৰণ কৰা হৈছে বৃদ্ধাগৰাকীৰ মৃতদেহ।

Leave A Reply

Your email address will not be published.