danewsplus.com
danewsplus.com

উদ্যোগপতি ৰতন টাটালৈ ‘অসম বৈভৱ’ বঁটা

0 518

ডিজিটেল ডেস্কঃ উদ্যোগপতি ৰতন টাটালৈ ‘অসম বৈভৱ’ বঁটা। টাটালৈ প্ৰদান কৰা হয় অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা। চুকাফা দিৱসৰ দিনা দিল্লীত এই কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। কেন্সাৰ হাস্পতালৰ ক্ষেত্ৰত আগবঢ়োৱাৰ বৰঙণিৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা।

উল্লেখ্য যে চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ অসামৰিক বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে। ‘অসম বৈভৱ’ৰ উপৰিও থাকিব ‘অসম সৌৰভ’, আৰু ‘অসম গৌৰৱ’ বঁটা। এসপ্তাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব অসামৰিক বঁটাসমূহৰ ঘোষণা।

Leave A Reply

Your email address will not be published.