danewsplus.com
danewsplus.com

বাইক আৰোহীসকলৰ বাবে নতুন নিয়ম: মানি নচলিলে ভৰিব জৰিমনা

0 528

ডিজিটেল ডেস্ক: গুৱাহাটীত দুচকীয়া বাহন আৰোহীসকলৰ বাবে সুৰক্ষা ব্যৱস্থা কঠোৰ কৰাৰ বাবে কামৰূপ (মেট্ৰ’) প্ৰশাসনে ১ ডিচেম্বৰৰ পৰা বাইক আৰোহী সকলে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিছে।

মঙলবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয় যে এতিয়াৰ পৰা মটৰ চাইকেলৰ দুয়োগৰাকী আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট। প্ৰশাসনে নতুন নিয়ম উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কঠোৰ জাননী জাৰি কৰে।

Leave A Reply

Your email address will not be published.