danewsplus.com
danewsplus.com

টুইটাৰৰ CEO পদত ভাৰতীয়

0 359

ডিজিটেল ডেস্কঃ গুগ’ল, মাইক্ৰ’ছফটৰ পিছত টুইটাৰৰ CEO পদত ভাৰতীয় প্ৰযুক্তিবিদ পৰাগ আগৰৱাল৷ জনপ্ৰিয় সামাজিক মাধ্যমটোৰ মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কৰ্মৰত আছিল IIT মুম্বাইৰ্ স্নাতক আগৰৱাল৷

দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি বোনাচ,সীমিত ষ্টক ইউনিট আৰু প্ৰদৰ্শন আধাৰিত ষ্টক ইউনিটৰ উপৰিও বাৰ্ষিক 1 নিযুত আমেৰিকান ডলাৰ লাভ কৰিব পৰাগ আগৰৱালে।

Leave A Reply

Your email address will not be published.