danewsplus.com
danewsplus.com

দেশজুৰি উদযাপিত সংবিধান দিৱস

0 157

ডিজিটেল ডেস্ক: শুকুৰবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হয় সংবিধান দিৱস ।১৯৪৯ চনৰ ২৬ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত সংসদত গৃহীত হৈছিল ভাৰতীয় সংবিধান। ১৯৫০ চনৰ ২৬ জানুৱাৰীত গৃহীত সংবিধান কাৰ্যকৰী কৰা হৈছিল।

অসমতো ৰাজ্যপালৰ উপস্থিতিত ৰাজভৱনত সংবিধান দিৱস পালন কৰা হয়।এই দিৱসত উপস্থিত থাকে  অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকী। এই অনুষ্ঠানতে স্মৰণ কৰা হয় দেশৰ সংবিধানৰ প্ৰণেতা বি আৰ আম্বেদকাৰক। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ এটি পংক্তিৰে সকলো দেশবাসীকে সংবিধান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।তেওঁ টুইটাৰত লিখে, “Best wishes to our citizens on Constitution Day On this special day, sharing a part of Dr. Ambedkar’s speech in the Constituent Assembly on 4th November 1948 in which he moved a motion for adoption of the Draft Constitution as settled by the Drafting Committee.”

সংবিধান দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ছচিয়েল মিডিয়াযোগে লিখে, “On #ConstitutionDay, I cherish the ideals enshrined in India’s Constitution & rededicate myself to its values and ethos. Proud that we live in a #NewIndia where we vigorously pursue the spirit of justice, liberty, equality & fraternity. Bow in reverence of Dr B R Ambedkar!”

Leave A Reply

Your email address will not be published.