danewsplus.com
danewsplus.com

ভাৰতত বৃদ্ধি পালে পুৰুষতকৈ মহিলাৰ সংখ্যা

0 178

ডিজিটেল ডেস্ক: তিনি দশকৰ পিছত ভাৰতত প্ৰথমবাৰলৈ পুৰুষতকৈ বৃদ্ধি পালে মহিলাৰ সংখ্যা। ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপৰ পঞ্চম পৰ্যায়ৰ সমীক্ষা অনুসৰি ভাৰতবৰ্ষত বৃদ্ধি পাইছে পুৰুষতকৈ মহিলাৰ সংখ্যা। ভাৰতত প্ৰথমবাৰলৈ মুঠ জনসংখ্যাৰ প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২০ লৈ বৃদ্ধি।

১৯৯০ চনৰ সমীক্ষা অনুসৰি প্ৰতি ১,০০০গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯২৭গৰাকী। আনহাতে, NFHS ৰ তৃতীয় পৰ্যায়ৰ সমীক্ষাৰ তথ্য অনুসৰি ২০০৫-২০০৬ত লিংগ অনুপাত ১০০০:১০০০ হৈছিল আৰু ২০১৫-১৬ বৰ্ষত এই অনুপাতটো ১০০০:৯৯১ লৈ হ্ৰাস পাইছিল। অৱশেষত, NFHSৰ পঞ্চম পৰ্যায়ৰ সমীক্ষাত পুৰুষতকৈ মহিলাৰ সংখ্যা বৃদ্ধি হোৱাৰ তথ্য পোহৰলৈ আহে।

Leave A Reply

Your email address will not be published.