danewsplus.com
danewsplus.com

প্ৰত্যাহাৰ হ’ল বিতৰ্কিত কৃষি আইন

0 123

ডিজিটেল ডেস্কঃ আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ হ’ল তিনিখন বিতৰ্কিত কৃষি আইন৷ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছত বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় কেবিনেটে৷ বুধবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ তিনিখন বিতৰ্কিত কৃষি আইন ক্ৰমে Farmers Produced Trade and Commerce (Promotion and Facilitation) Act 2020, Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Act. 2020 আৰু Essential Commodities (Amendment) Act. 2020. আজি কেন্দ্ৰীয় কেবিনেটে বাতিল কৰে৷ দিল্লীৰ ৰাজপথত কৃষকে কৰা দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত কৃষকৰ দাবী মানি ল’লে কেন্দ্ৰীয় চৰকাৰে৷

Leave A Reply

Your email address will not be published.