danewsplus.com
danewsplus.com

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি অবামা গ্ৰেমী বঁটাৰ বাবে মনোনীত

0 342

ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা মনোনীত হৈছে গ্ৰেমী পুৰস্কাৰৰ বাবে।ৰেকৰ্ডিং একাডেমীয়ে এক বিবৃতিৰ জৰিয়তে অডিঅ’ বুক শিতানৰ বাবে ওবামা মনোনীত হোৱাৰ কথা সদৰি কৰিছে। শ্ৰেষ্ঠ অডিঅ’ ৱৰ্ড এলবাম শ্ৰেণীৰ “A Spoken Land “শীৰ্ষক  অডিঅ’ বুকখনৰ বাবে মনোনীত হৈছে ওবামা।

মঙলবাৰে ৰেকৰ্ডিং একাডেমীয়ে  ৬৪ সংখ্যক গ্ৰেমী পুৰস্কাৰৰ বাবে মনোনীত ব্যক্তিৰ তালিকা প্ৰকাশ কৰে। উল্লেখ্য যে, ২০২২ চনত প্ৰদান কৰা হ’ব এই পুৰস্কাৰ। ইতিমধ্যে ২০০৬ আৰু ২০০৮ বৰ্ষটো বৰাক ওবামাই একেই শিতানতে গ্ৰেমী পুৰস্কাৰ লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.