danewsplus.com
danewsplus.com

প্ৰত্যাহ্বানমূলক পৰিৱেশত কাম কৰিছিল বলিউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানে

0 130

ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকা অভিনেতা কাৰ্তিক আৰিয়ান অভিনীত ‘ধামাকা’ ৰ মুক্তিৰ ক্ষণ চমু চাপি আহিছে। অভিনেতাজনে চলচ্চিত্ৰখনৰ চিত্ৰ গ্ৰহণৰ সময়ত লাভ কৰা কষ্টকৰ অভিজ্ঞতা সামাজিক মাধ্যমত প্ৰকাশ কৰে। ছবিখনত এজন উচ্চাভিলাষী প্ৰাক্তন নিউজ এংকৰ অৰ্জুন পাঠকৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতাজনে।

এজন সাংবাদিকৰ জীৱন সংগ্ৰামৰ ওপৰত আধাৰিত ছবিখন। চলচ্চিত্ৰখনত কাৰ্তিকৰ সৈতে অম্ৰুতা সুভাষ, বিকাশ কুমাৰ আৰু বিশ্বজিৎ প্ৰধানেও অভিনয় কৰিছে । ৰাম মাধৱানীৰ দ্বাৰা পৰিচালিত ‘ধামাকা’ ১৯ নৱেম্বৰৰ পৰা নেটফ্লিক্সত প্ৰদৰ্শিত হ’ব

Leave A Reply

Your email address will not be published.