danewsplus.com
danewsplus.com

লামডিং বনাঞ্চলৰ মাটি বিক্ৰী চক্ৰৰ মূল অভিযুক্ত নজৰুল ইছলামক হাজিৰ কৰোৱা হ’ল আদালতত

0 236

ডিজিটেল ডেস্কঃ আদালতত হাজিৰ কৰোৱা হ’ল নজৰুল ইছলামক ৷ লামডিং বনাঞ্চলৰ মাটি বিক্ৰী চক্ৰৰ মূল অভিযুক্ত আছিল নজৰুল ইছলাম ৷ বুধবাৰে হোজাইৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ নজৰুলক ৷ লগতে হাজিৰ কৰোৱা হয় আন এক অভিযুক্ত আনোৱাৰ হুছেইনকো ৷

ধনৰ বিনিময়ত লামডিং বনাঞ্চলত বে-দখল কৰিবলৈ সুবিধা দিছিল নজৰুলে ৷ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পূৰ্বে ধৃত নজৰুলে লামডিং বনাঞ্চলৰ বেদখলত যৌথ বন পৰিচালনা সমিতি উল্লেখ থকাৰ কথা প্ৰকাশ কৰে ৷ আৰক্ষীৰ বেষ্টনীত নজৰুলে বন পৰিচালনা সমিতিৰ আফজন, মোহন আৰু আবুল হুচেইন জড়িত বুলিও প্ৰকাশ কৰে ৷

Leave A Reply

Your email address will not be published.