danewsplus.com
danewsplus.com

শোকাৱহ পথ দুৰ্ঘটনা: সুশান্ত সিং ৰাজপুতৰ ৫ আত্মীয়ৰ মৃত্যু

0 164


ডিজিটেল ডেস্ক : যোৱা বৰ্ষত আমাৰ মাজৰ পৰা হেৰাই যোৱা বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৫জন আত্মীয়ই মঙলবাৰে পুৱা এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয়। পাটনাৰ পৰা উভতি অহা পথত তেওঁলোকৰ চুম’ (an SUV) বাহনখন বিহাৰৰ লাখীচাৰাইত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

চুম’খনত মুঠ ১০জন যাত্ৰী আছিল। চালককে ধৰি মুঠ ৬জন লোকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই আৰু আহত ৪জন যাত্ৰীক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰা হয়।

Leave A Reply

Your email address will not be published.