danewsplus.com
danewsplus.com

ইৰাকৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত ড্ৰোণ আক্ৰমণ

0 139

ডিজিটেল ডেস্কঃ ইৰাকৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত ড্ৰোণ আক্ৰমণ ৷ এখন বিস্ফোৰক ভৰ্তি ড্ৰোণেৰে দেওবাৰে দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলালে বাগদাদত থকা প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাধিমিৰ বাসভৱনত ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল প্ৰধানমন্ত্ৰী আল-কাধিমিৰ ৷

এই ঘটনাত আহত হ’ল কেইবাজনো নিৰাপত্তাৰক্ষী ৷ প্ৰধানমন্ত্ৰী আল-কাধিমিক হত্যাৰ বাবেই দুষ্কৃতিকাৰীয়ে এই আক্ৰমণ চলোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ইৰাকৰ সেনাই ৷

Leave A Reply

Your email address will not be published.