danewsplus.com
danewsplus.com

চলচিত্ৰ প্ৰেমীসকললৈ সুখবৰ, মুক্তি পালে নতুন অসমীয়া ছবি ‘চন্দ্ৰাৱলী’

0 273

ডিজিটেল ডেস্কঃ চলচিত্ৰ প্ৰেমীসকললৈ সুখবৰ ৷ ভালদিন ঘূৰি আহিছে অসমীয়া ছবিজগতলৈ। শুভমুক্তি পালে নতুন অসমীয়া ছবি ‘চন্দ্ৰাৱলী’৷ বলিন শৰ্মাৰ পৰিচালনা, অজয় ফুকনৰ সংগীত আৰু নবীন-প্ৰবীণ বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী জড়িত থকা ছবিখন জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত শনিবাৰে শুভমুক্তি লাভ কৰে ৷

অহা ৩ ডিচেম্বৰত অসমৰ চিত্ৰগৃহসমূহত প্ৰদৰ্শিত হ’ব ছবিখন ৷

Leave A Reply

Your email address will not be published.