danewsplus.com
danewsplus.com

লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ দিন ঘোষণা

0 218

ডিজিটেল ডেস্কঃ হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাব প্ৰশাসনে ৷ হস্তী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃত এই বনাঞ্চলত ৮ আৰু ৯ নৱেম্বৰত চলোৱা হ’ব উচ্ছেদ অভিযান ৷ প্ৰথম পৰ্যায়ত ভেটনলা আৰু কমৰপানীত চলোৱা হ’ব উচ্ছেদ ৷ বেদখলমুক্ত কৰা হ’ব ৫০০ হেক্টৰ ভূমি ৷

বৃহস্পতিবাৰে বনাঞ্চলখনৰ বেদখল হোৱা অঞ্চল পৰিদৰ্শন কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে ৷ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ হোজাইৰ প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে এই স্থানসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় জি পি সিঙে।

Leave A Reply

Your email address will not be published.