danewsplus.com
danewsplus.com

গুৱাহাটীত প্ৰথমবাৰৰ বাবে ডাইচ ৰান,কিন্তু কি এই ডাইচ ৰান?

0 142

ডিজিটেল ডেস্কঃ গুৱাহাটীত প্ৰথমবাৰৰ বাবে ডাইচ ৰান প্ৰতিযোগিতা ৷ শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা মহানগৰীত অনুষ্ঠিত হয় ২১ কিলোমিটাৰ দৌৰৰ এই প্ৰতিযোগিতা ৷ খানাপাৰাৰ পৰা আৰম্ভ হয় এই দৌৰ ৷ আদিয়ান বিজনেছ চল্যুশ্যনছ্ আৰু হেৰিটেজ নৰ্থ ইষ্টৰ উদ্যোগত অনুষ্ঠিত হয় ‘মাইণ্ড অভাৰ মাইলছ’ শীৰ্ষক এই প্ৰতিযোগিতা ৷

এই দৌৰত অংশগ্ৰহণ কৰে বিভিন্ন বয়সৰ ভালেসংখ্যক পুৰুষ-মহিলাই ৷ প্ৰতিগৰাকী লোককে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰাৰ লগতে নতুন দৌৰবিদ সৃষ্টি কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই দৌৰ ৷

Leave A Reply

Your email address will not be published.