danewsplus.com
danewsplus.com

ঢকুৱাখনা-মাজুলী সংযোগী পথত ভয়ংকৰ দুৰ্ঘটনা

0 162

ডিজিটেল ডেস্কঃ ঢকুৱাখনা-মাজুলী সংযোগী পথত ভয়ংকৰ দুৰ্ঘটনা৷ থিতাতে নিহত এজন অভিযন্তা৷ গুৰুতৰভাৱে আহত আন ৩জন৷ ঢকুৱাখনা-মাজুলী সংযোগী পথৰ খেৰকটাত ঘটিল এই দুৰ্ঘটনা৷

এখন দলঙৰ ৰেলিঙত খুন্দা মাৰি বাগৰি পৰিল এই লোককেইজন অহা ছুইফট ডিজায়াৰ গাড়ীখন৷ থিতাতে প্ৰাণ হেৰুৱালে মাজুলীৰ কমলাবাৰীৰ সন্দীপ দত্ত নামৰ অভিযন্তাজনে৷ গুৰুতৰভাৱে আহত হ’ল আন ৩জন৷ ততাতৈয়াকৈ আটাইকেইজনকে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ডিব্ৰুগড়লৈ৷

Leave A Reply

Your email address will not be published.