danewsplus.com
danewsplus.com

মৰিয়নীত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ বৃহৎ জয়

0 352

ডিজিটেল ডেস্কঃ মৰিয়নীত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ বৃহৎ জয়। উল্লেখ্য যে, নেতাগৰাকীয়ে ৪০,২৭৩টা ভোটত জয়লাভ কৰে। একেদৰে সমষ্টিটোত দ্বিতীয় স্থানত কংগ্ৰেছ আৰু তৃতীয় স্থানত ৰাইজৰ দল।

উল্লেখ্য যে, ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে মাত্ৰ কেইদিনমান পূ্ৰ্বেহে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা হৈছিল। তাৰ পিছতে এনেদৰে নেতাগৰাকী জয়ী হোৱাৰ পিছতে সমৰ্থকৰ মাজত উছাহ পৰিলক্ষিত হৈছে। উল্লেখ্য যে, মৰিয়নীত কুৰ্মী জয়ী হোৱাৰ প্ৰসংগত এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী।

Leave A Reply

Your email address will not be published.