danewsplus.com
danewsplus.com

ফ্ৰেন্স অপেনৰ ছেমিফাইনেলত পৰাস্ত হ’ল বিশ্বজয়ী শ্বাটলাৰ পি ভি সিন্ধু

0 180

ডিজিটেল ডেস্কঃ ফ্ৰেন্স অপেনৰ ছেমিফাইনেলত পৰাস্ত হ’ল বিশ্বজয়ী শ্বাটলাৰ পি ভি সিন্ধু ৷ বাচনিবিহীন জাপানী প্ৰতিপক্ষ ছায়াকা টাকাহাচীৰ হাতত পৰাস্ত হ’ল সিন্ধু ৷ ছায়াকা টাকাহাচীয়ে সিন্ধুক ১৮-২১, ২১-১৬ আৰু ২১-১২ৰ ব্যৱধানত পৰাস্ত কৰে ৷ শনিবাৰে আয়োজিত খেলখনত ১ঘণ্টা ৮ মিনিটৰ ভিতৰত সিন্ধুৱে পৰাজয় বৰণ কৰে ৷

সিন্ধুৰ পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাখনত ভাৰতৰ অভিযান সামৰণি পৰে ৷ ২৯ বছৰীয়া জাপানী খেলুৱৈগৰাকীৰ বিৰুদ্ধে সিন্ধুৰ এয়া চতুৰ্থ পৰাজয় ৷

Leave A Reply

Your email address will not be published.