danewsplus.com
danewsplus.com

প্ৰদুষিত জীয়াভৰলী ,হঠাৎ ঘোলা হৈ পৰিছে নদীখনৰ পানী

0 145

ডিজিটেল ডেস্কঃ বিশ্বনাথৰ জামুগুৰিহাটত বিষাক্ত হৈ পৰিছে জীয়াভৰলী নদীৰ পানী ৷ হঠাৎ নদীখনৰ পানীয়ে লৈছে অস্বাভাৱিক ৰূপ ৷পৰিষ্কাৰ পানীৰ পৰিৱৰ্তে ঘোলা হৈ পৰিছে জীয়াভৰলী পানী ৷ ইয়াকে দেখি আতংকিত হৈ পৰিছে নৈপৰীয়া ৷ নদীখনৰ পানীত তেল জাতীয় পদাৰ্থ মিহলি হৈ অহাৰ শংকা কৰা হৈছে ৷

ৰাইজে নদীখনত মাছ মৰা বন্ধ কৰাৰ লগতে নদীৰ পানী ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে ৷ পোহনীয়া জীৱ-জন্তু সমুহক নৈ পাৰলৈ নিয়া বন্ধ কৰিছে ৰাইজে ৷ অৰুণাচল প্ৰদেশৰ পাহাৰৰ ওপৰত এই পানী বিষাক্ত হোৱা বুলি অনুমান কৰাৰ লগতে কোনো ফেক্টৰীৰ বিষাক্ত দ্ৰব্য নদীত মিহলি হোৱাৰ সন্দেহ কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.