danewsplus.com
danewsplus.com

শোকাৱহ দুৰ্ঘটনা, ট্ৰাকে মহটিয়ালে ৩ মহিলাক

0 160

ডিজিটেল ডেস্কঃ দিল্লীৰ হাৰিয়ানা সীমান্তত শোকাৱহ দুৰ্ঘটনা ৷ দ্ৰুতবেগী ট্ৰাকে মহটিয়াই লৈ গ’ল ডিভাইডাৰত অপেক্ষা কৰি থকা ৩ মহিলাক ৷ থিতাতে প্ৰাণ হেৰুৱালে ২গৰাকী মহিলাই ৷ আন এগৰাকীৰ মৃত্যু ঘটিল চিকিৎসালয়ত ৷

কৃষকে প্ৰতিবাদ অব্যাহত ৰখা তিক্ৰি সীমান্তত ঘটিল এই শোকাৱহ দুৰ্ঘটনা ৷ নিহত মহিলাকেইগৰাকী আছিল পঞ্জাৱৰ ৷ এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে ৷

Leave A Reply

Your email address will not be published.