danewsplus.com
danewsplus.com

উত্তৰ গুৱাহাটীত জব্দ ৬৪টা চোৰাং গৰু

0 134

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীত জব্দ বিহাৰৰ পৰা অনা ৬৪টা চোৰাং গৰু৷ কামৰূপ আৰক্ষীৰ অভিযানত আমিনগাঁও জয়গুৰুৰ নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ চৌহদৰ পৰা জব্দ গৰুকেইটা৷ তিনিদিন পূৰ্বে বিহাৰৰ পৰা ট্ৰাকেৰে সৰবৰাহ কৰা হৈছিল গৰুকেইটা৷

কামৰূপ আৰক্ষীয়ে চোৰাং গৰুৰ বেহাৰে জড়িত ৮জনক আটক কৰিছে৷ ধৃতকেইটা মীৰ আহমেদ, ৰাতুল আহমেদ, বীৰেন্দ্ৰ কুমাৰ, বালেশ্বৰ ৰায়, নাগেশ্বৰ ৰায়, লালিন্দ্ৰ কুমাৰ, কে পি কুমাৰ আৰু ৰমেশ কুমাৰ৷

Leave A Reply

Your email address will not be published.