danewsplus.com
danewsplus.com

কামৰূপত মেট্ৰ’ত ঋণ মেলা, ২২৫ কোটি টকা ধাৰ্য ঋণ মেলাত

0 419

ডিজিটেল ডেস্কঃ ক’ভিড মহামাৰীৰ সময়ত ক্ষুদ্ৰ ব্যৱসায়সমূহ লোকচানৰ সন্মুখীন হোৱাৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ ৷ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কামৰূপত মেট্ৰ’ত অনুষ্ঠিত কৰা হৈছে ঋণ মেলা ৷ ২৭ অক্টোবৰত মাছখোৱাৰ আইটিএ প্ৰকল্পত এই মেলা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ ২২৫ কোটি টকা বেংক সমূহে ঋণৰ বাবে ধাৰ্য কৰিছে৷

আত্মসহায়ক গোটসমূহকে ধৰি আত্মনিৰ্ভৰ ভাৰতৰ অধীনত নিবনুৱা যুৱক-যুৱতী, ক্ষুদ্ৰ ব্যৱসায়ীসকলক এই লোন প্ৰদান কৰা হ’ব ।

Leave A Reply

Your email address will not be published.