danewsplus.com
danewsplus.com

বহিঃবিভাগৰ কাম-কাজ বৰ্জন পদোন্নতি, দৰমহাৰ বৈষম্য দূৰীকৰণৰ দাবীত চিকিৎসকৰ প্ৰতিবাদ

0 461

ডিজিটেল ডেস্কঃৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ ৷ শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে প্ৰতিবাদত নামিছে ৰাজ্যৰ চিকিৎসকসকল ৷ ইয়াৰ পূৰ্বে ১৯ অক্টোবৰতো প্ৰতিবাদত নামিছিল চিকিৎসকসকলে ।

চিকিৎসালয়সমূহৰ বহিঃবিভাগৰ কাম-কাজ বৰ্জনেৰে আমছাৰ আহ্বানত শুকুৰবাৰে প্ৰতিবাদ চিকিৎসকসকলৰ ৷ আন ঠাইৰ লগতে মৰাণতো প্ৰতিবাদত নামিছে চিকিৎসকসকল ৷

টাইম স্কেলত পদোন্নতিৰ ব্যৱস্থা, স্বাস্থ্য ‘ক’ আৰু ‘খ’ বিভাগৰ দৰমহাৰ বৈষম্য দূৰ কৰা আদিৰ দাবীত প্ৰতিবাদত নামিল চিকিৎসকসকলক ৷

Leave A Reply

Your email address will not be published.