danewsplus.com
danewsplus.com

ডিব্ৰুগড়ৰ আউনীআটী শাখা সত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

0 454

ডিজিটেল ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ আউনীআটী শাখা সত্ৰত এগছি বন্তি প্ৰজ্বলন কৰি আশীস গ্ৰহণ কৰে৷

মহাপুৰুষজনাৰ মহান আদৰ্শই অসমীয়া সমাজক একতাৰ ডোলেৰে জীপাল কৰা বুলি মন্তব্য কৰে সোণোৱালে৷ বিজয়া দশমী উপলক্ষে তেওঁ ৰাজ্যবাসীলৈ শুভেচ্ছাও জ্ঞাপন কৰে৷

Leave A Reply

Your email address will not be published.