danewsplus.com
danewsplus.com

পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড়ত চুৰিকাণ্ড

0 153

ডিজিটেল ডেক্সঃ মহাষ্টমীৰ আনন্দৰ মাজতে ডিব্ৰুগড়ত চুৰিকাণ্ড৷ নিজ মানকাটাৰ শশীধৰ সোণোৱাল নামৰ এজন প্ৰাক্তন সেনা জোৱানৰ ঘৰৰ পৰা চোৰে লুটি লৈ গ’ল নগদ ২ লাখ টকাৰ লগতে সোণৰ আ-অলংকাৰ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দৰ্জা ভাঙি প্ৰৱেশ কৰে চোৰে ৷

Leave A Reply

Your email address will not be published.