danewsplus.com
danewsplus.com

গুৱাহাটীৰ পৰাই CCTVৰে নিৰীক্ষণ কৰা হ’ব মাজুলীৰ ফেৰী ঘাট

0 309

ডিজিটেল ডেস্কঃ যোৰহাটৰ নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত ফেৰী সেৱাৰ বাবে ৰাজ্য় চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে। আজি পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ নিমাতীঘাটত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মাজুলীৰ ফেৰী ঘাটত যাতে কোনোধৰণৰ অঘটন নঘটে তাৰ বাবে CCTVৰে গুৱাহাটীৰ পৰাই নিৰীক্ষণ কৰা হ’ব মাজুলীৰ ঘাট। আজি নিমাতীঘাটত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে চৰকাৰে যাত্ৰীৰ সুবিধাৰ বাবে অনলাইনযোগে জাহাজৰ টিকট পোৱাৰ ব্য়ৱস্থা কৰাৰ কথাও উল্লেখ কৰে মুখ্য়মন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.