danewsplus.com
danewsplus.com

ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব আৰু এখন দলং

0 179

ডিজিটেল ডেক্স: ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। যোগিঘোপাত লুইতৰ ওপৰত এই দলংখনৰ নিৰ্মাণৰ বাবে পুঁজি আবণ্টন কৰিছে কেন্দ্রীয় চৰকাৰে।

উল্লেখ্য যে, অসমৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে পুঁজি আবণ্টন কৰিছে কেন্দ্রীয় চৰকাৰে। যোগীঘোপাৰ দুইলেনযুক্ত দলঙৰ বাবে ৭৪৬.৭৬ কোটি টকা আবণ্টন কৰাৰ বিপৰীতে ডিফুৰ এটা চাৰিলেনযুক্ত পথৰ বাবে ৬২৫.৬৪ কোটি টকা আবণ্টন কৰিছে কেন্দ্রীয় চৰকাৰে।

Leave A Reply

Your email address will not be published.