danewsplus.com
danewsplus.com

ডিমাহাছাওত দুস্কৃতিকাৰীৰ গুলিবর্ষণত নিহত ৫ ট্ৰাক চালক

0 186

ডিজিটেল ডেক্সঃ ডিমাহাছাওত এইবাৰ দুস্কৃতিকাৰীৰ নৰসংহাৰ। নিৰ্বিচাৰ গুলীত নিহত ট্ৰাকৰ পাঁচজন চালক-হেণ্ডিমেন। দিয়ুংমুখৰ ৰেঞ্জাৰ বিলত চিমেণ্ট কোম্পানীৰ ৫খন ট্ৰাকত অগ্নিসংযোগ দুস্কৃতিকাৰীৰ।

ট্ৰাককেইখনলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীবৰ্ষণ দুস্কৃতিকাৰীৰ দলটোৰ। ধাৰাষাৰ গুলি বৰ্ষণৰ পিছত ট্ৰাক কেই খনত অগ্নিসংযোগ কৰি দিয়ে দুস্কৃতিকাৰীৰ দলটোৱে। চিমেণ্ট উদ্যোগলৈ কয়লা-চূণশিল কঢ়িওৱা ট্ৰাক কেই খনৰ লগতে অনলাইনৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকো জাহ গ’ল জুইত।

Leave A Reply

Your email address will not be published.