danewsplus.com
danewsplus.com

অসমত বৃহস্পতিবাৰে ক’ৰোনাৰ ফলত ১৭গৰাকীৰ মৃত্যু

0 260

ডিজিটেল ডেস্কঃ ৰাজ্যত ২৪ ঘণ্টাত ৯৩৫ গৰাকী ক’ভিডত আক্ৰান্ত। একেদৰে ১,১১,৭২৮গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে। বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ ০.৮৪% বুলি সদৰি সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আক্ৰান্তৰ সৰ্বাধিক ১৬৩গৰাকী কামৰূপ মহানগৰৰ। বৃহস্পতিবাৰে মৃত্যু ১৭গৰাকী ক’ভিড আক্ৰন্তৰ। ২৪ ঘণ্টাত ৰাজ্যত সুস্থতাৰ হাৰ ৯৭.২৫%।

Leave A Reply

Your email address will not be published.