danewsplus.com
danewsplus.com

অসমত ক’ৰোনাৰ ফলত ১৬ গৰাকীৰ মৃত্যু

0 137

ডিজিটেল ডেস্কঃ ৰাজ্যত ২৪ ঘণ্টাত ৯২৯গৰাকী ক’ভিডত আক্ৰান্ত। ১,১৪,১৫২গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন। বুধবাৰে ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ ০.৮১%।

আক্ৰান্তৰ সৰ্বাধিক ১৫৫গৰাকী কামৰূপ মহানগৰৰ। বুধবাৰে মৃত্যু ১৬গৰাকী ক’ভিড আক্ৰন্তৰ। ২৪ ঘণ্টাত ৰাজ্যত সুস্থতাৰ হাৰ ৯৭.১৪%।

Leave A Reply

Your email address will not be published.