danewsplus.com
ক’ৰোনা! ২৪ ঘণ্টাত অসমত ১,১২০ আক্ৰান্ত, মৃত্যু ১৭গৰাকীৰ
- ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত
- সোমবাৰে ক’ভিড পজিটিভিটীৰ হাৰ ০.৮০%
- ২৪ ঘণ্টাত ১,১২০ আক্ৰান্ত, মৃত্যু ১৭গৰাকীৰ
- আক্ৰান্তসকলৰ ১৯৭গৰাকী কামৰূপ মহানগৰৰ
- বৰপেটাত ৭৪, গোলাঘাটত ৬৮, লখিমপুত ৬৭ আক্ৰান্ত
- শিৱসাগৰত ৬৩, কামৰূপত ৫৩, ডিব্ৰুগড়ত ৫১ আক্ৰান্ত
- ১,৪০,৪৫৪গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন
- ২৪ ঘণ্টাত ৰাজ্যত সুস্থতাৰ হাৰ ৯৭.১৩%