danewsplus.com
danewsplus.com

উপ-নিৰ্বাচনৰ পূৰ্বে সলনি হ’ব ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট, অখিল গগৈ যাব পাৰে তৃণমূল কংগ্ৰেছলৈ

0 219

উপ-নিৰ্বাচনৰ পূৰ্বে সলনি হ’ব ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ অখিল গগৈ যাব পাৰে তৃণমূল কংগ্ৰেছলৈ ৷ ইতিমধ্যে মমতা বেনাৰ্জীৰে যোগাযোগ চলিছে অখিল গগৈৰ ৷ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতিৰ পদবী আগবঢ়োৱা হৈছে অখিল গগৈলৈ ৷

ৰাইজৰ দলৰ আন একাংশ নেতাৰো তৃণমূলৰে যোগাযোগ চলা বুলি চৰ্চা হৈছে ৷ ইতিমধ্যে ত্ৰিপুৰাতো তৃণমূল কংগ্ৰেছে ভেটি শক্তিশালী কৰাৰ বাবে চেষ্টা চলাই আছে ৷ অৱশ্যে তৃণমূল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাও হ’ব পাৰে বুলি চৰ্চা হৈছে ৷

Leave A Reply

Your email address will not be published.