danewsplus.com
danewsplus.com

মুখাশিল্পক দেশৰ বাহিৰে-ভিতৰে পৰিচয় কৰোৱাৰ প্ৰয়াস শিৱসাগৰৰ এদল কিশোৰৰ

0 158

ডিজিটেল সংবাদ, শিৱসাগৰঃ গুৰুজনাৰ অপূৰ্ব সৃষ্টি মুখাশিল্পক দেশৰ বাহিৰে-ভিতৰে পৰিচয় কৰোৱাৰ বাবে প্ৰয়াস চলাইছে শিৱসাগৰৰ এদল কিশোৰে৷ শিৱসাগৰৰ কালুগাঁৱৰ তিনিকুৰীয়াৰ কিশোৰকেইটি এতিয়া ব্যস্ত মুখা তৈয়াৰ কৰাত৷

এবছৰ পূৰ্বে নিজা জেপখৰচৰ পইচাৰে কালুগাঁৱৰ যদুমণি গগৈ, ত্ৰিনয়ন জ্যোতি দত্ত, মানস চুতীয়া, শিৱমজ্যোতি শৰ্মাকে ধৰি কেইবাজনো কিশোৰে জন্ম দিয়া ‘গুৰু শংকৰ মুখা শিল্প সংঘ’ই প্ৰস্তুত কৰা মুখাসমূহে এতিয়া বিভিন্ন ঠাইত সমাদৰ লাভ কৰিছে৷

Leave A Reply

Your email address will not be published.