danewsplus.com
danewsplus.com

গুৱাহাটীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

0 247

ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটীত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ। চচল, ফটাশিল চাইকেল ফেক্টৰীৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি।

অভিযানত জব্দ ১১টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ। ইফালে ৮৫ হাজাৰ টকাও জব্দ কৰিলে আৰক্ষীয়ে। ৰুবুল আহমেদ, টিমকু বিশ্বাস নামৰ দুজনক আটক। ৰুবুল আহমেদ মহিলাৰ চেইন চুৰি কাৰ্যটো জড়িত।

Leave A Reply

Your email address will not be published.