danewsplus.com
danewsplus.com

বন্যহস্তীৰ পিয়াহ দূৰ কৰাৰ বাবে পুখুৰী খনন, লামডিং সংৰক্ষিত বনাঞ্চলত খন্দা হৈছে এই পুখুৰী

0 200

বন্যহস্তীৰ পিয়াহ দূৰ কৰাৰ বাবে পুখুৰী খনন ৷ লামডিং সংৰক্ষিত বনাঞ্চলত হাতীৰ বাবে খন্দা হৈছে এই পুখুৰী ৷ বনাঞ্চল সংকূচিত হোৱাৰ ফলত খাদ্য আৰু পানীৰ সন্ধানত হাতী জনাঞ্চলত প্ৰৱেশ কৰাটো ৰাজ্যৰ বহু ঠাইত দৈনন্দিন ঘটনা হৈ পৰিছে ৷

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি হস্তী সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃত লামডিং সংৰক্ষিত বনাঞ্চলত এইদৰে খনন কৰা হৈছে এটা পুখুৰী ৷ বিশ্ব হিন্দু পৰিষদ আৰু এছ ডি ইনফ্ৰা প্ৰজেক্টৰ উদ্যোগত খন্দা হৈছে এই পুখুৰীটো ৷

Leave A Reply

Your email address will not be published.