danewsplus.com
danewsplus.com

ৰাজ্যত পুনৰ নাবালিকা ধৰ্ষণৰ জঘন্য কাণ্ড

0 286

ৰাজ্যত পুনৰ নাবালিকা ধৰ্ষণৰ জঘন্য কাণ্ড৷ ধেমাজিৰ চিলাপথাৰত ১২ বছৰীয়া এগৰাকী নাবালিকা কামনাৰ বলি হ’ল এটা লম্পটৰ৷ অভিযুক্ত ৰাজীৱ মেদকে দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে নাবালিকাগৰাকীক৷ নিৰ্যাতিত কিশোৰীগৰাকীৰ পিতৃ ঘটনাস্থলীত উপস্থিত হোৱাত পলায়ন কৰে লম্পট ৰাজীৱ মেদকে৷

ইতিমধ্যে চিলাপথাৰ আৰক্ষী থানাত ভুক্তভোগী পৰিয়ালে ৰুজু কৰিছে গোচৰ৷ পলাতক ৰাজীৱক কৰায়ত্ত কৰিবৈল সক্ষম হোৱা নাই আৰক্ষী৷ ঘটনাক কেন্দ্ৰ কৰি চিলাপথাৰত উত্তেজনা অব্যাহত আছে৷ দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে৷

Leave A Reply

Your email address will not be published.