danewsplus.com
বাণিজ্য শাখাত ১৩খন জিলাত ১০০ শতাংশ উত্তীৰ্ণ
- বাণিজ্য শাখাত ১১,১৮৯গৰাকীৰ প্ৰথম বিভাগ
- দ্বিতীয় বিভাগত ৫,৪৯৭গৰাকী উত্তীৰ্ণ
- তৃতীয় বিভাগত উত্তীৰ্ণ ১,৬৭৮গৰাকী
- বাণিজ্য শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ
- ১৩খন জিলাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰ বাণিজ্য শাখাত
- জিলাকেইখন বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি
- ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও
- নলবাৰী, দক্ষিণ শালমাৰা, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং
- বাণিজ্য শাখাৰ দ্বিতীয় স্থানত ৯৯.৮৯ শতাংশৰে কামৰূপ (গ্ৰাম্য)