danewsplus.com
danewsplus.com

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ১০ খন জিলা

0 314
  • শিক্ষান্ত পৰীক্ষাত ৯৯.৪০% উত্তীৰ্ণৰে বিশ্বনাথ শীৰ্ষত
  • শিক্ষান্ত পৰীক্ষাত ৯৮.৯১%ৰে বাক্সা দ্বিতীয় স্থানত
  • ৯৮.০৯%ৰে তালিকাৰ তৃতীয় স্থানত ডিব্ৰুগড় জিলা
  • ৯৭.৭৭%ৰে উত্তীৰ্ণ তালিকাৰ চতুৰ্থ স্থানত শিৱসাগৰ
  • ৯৭.৬৬%ৰে তালিকাৰ পঞ্চম স্থানত মাজুলী, চিৰাং
  • ৯৭.৩৯%ৰে তালিকাৰ ষষ্ঠ স্থানত হাইলাকান্দি
  • ৯৭.১৮%ৰে তালিকাৰ সপ্তম স্থানত নলবাৰী
  • ৯৬.৮৯%ৰে তালিকাৰ অষ্টম স্থানত ধেমাজি
  • ৯৬.৫৫%ৰে তালিকাৰ নৱম স্থানত যোৰহাট
  • ৯৬.৩৩%ৰে তালিকাৰ দশম স্থানত দৰং
Leave A Reply

Your email address will not be published.