danewsplus.com
danewsplus.com

আৰম্ভ হ’ল মোদীৰ ‘মন কী বাত’

0 138

ডিজিটেল সংবাদ, নতুন দিল্লী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোডীৰ ‘মন কী বাত’ৰ এয়া ৰেডিঅ’ ৭৯ তম খণ্ড। পুৱা ১১ বজাৰ লগে লগে অনুষ্ঠিত হয় মন কী বাত’।

মহামাৰী ক’ভিড-১৯ আৰু টকিঅ’ অলিম্পিক কাৰ্গিল বিজয় দিৱসক লৈ দেওবাৰৰ ‘মন কী বাত’ অনুষ্ঠিত কৰা হয়।

Leave A Reply

Your email address will not be published.