danewsplus.com
danewsplus.com

আজি গুৱাহাটীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

0 168

ডিজিটেল সংবাদ, গুৱাহাটী: আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মেঘালয় ভ্ৰমণ সামৰি বিয়লি ৪ বজাত উপস্থিত হ’ব গুৱাহাটীত। উপস্থিত হৈয়েই পোনে পোনে যাব কামাখ্যালৈ।

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত উদ্বোধন কৰিব ৰেডিঅ’থেৰাপী ব্লক। লগতে উদ্বোধন কৰিব নতুন লিনাক মেচিন। সন্ধিয়া কলাক্ষেত্ৰত অংশ ল’ব এক অনুষ্ঠানত। সাহাৰ্য্য বিতৰণ কৰিব ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক। ৰিম’ট কন্ট্ৰ’লেৰে শিল্যান্যাস কৰিব তামুলপুৰ মেডিকেল কলেজ হাস্পতালৰ।

Leave A Reply

Your email address will not be published.