danewsplus.com
danewsplus.com

ক’ৰোনাৰ খবৰ! আজিও মৃত্যু হ’ল ২২ জন লোকৰ

0 102
  • ৰাজ্যত ক’ভিড পজিটিভিটী হাৰ নিম্নগামী৷
  • বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ১.১৩%৷
  • ৰাজ্যত ক’ভিডত নতুনকৈ ১,৭৯৬গৰাকী আক্ৰান্ত৷
  • ২৪ ঘণ্টাত ক’ভিডত মৃত্যু ২২গৰাকী ৰোগীৰ৷
  • আক্ৰান্তসকলৰ ২২৬গৰাকী কামৰূপ মহানগৰৰ৷
  • গোলাঘাটত ১৭৭, যোৰহাটত ১০৮গৰাকী আক্ৰান্ত৷
  • লখিমপুৰত ৯৯, কামৰূপত ৯৭, শিৱসাগৰত ৯০ আক্ৰান্ত৷
  • দিনটোত ক’ভিড টেষ্ট সম্পন্ন ১,৫৯,৫৪৫টা৷
  • বৃহস্পতিবাৰে ক’ভিডমুক্তৰ হাৰ ৯৬.১৬%৷
Leave A Reply

Your email address will not be published.