danewsplus.com
danewsplus.com

পৰ্ণ ছবি নিৰ্মাণ কৰি ৰঙাঘৰত সোমালগৈ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী

0 202

বলিউডৰ মোহময়ী অভিনত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ৷ পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীৰ ক্ৰাইম বাঞ্চে৷ যোৱা ফেব্ৰুৱাৰী মাহতে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷

শিল্পাৰ স্বামী ব্যৱসায়ী ৰাজ কুন্দ্ৰাই পৰ্ণ ছবি নিৰ্মাণ কৰা বুলি অভিযোগ উঠাৰ পিছতে গোচৰ ৰুজু হৈছিল। ইয়াৰ পূৰ্বেও বহু বিতৰ্কত নাম সাঙোৰ খাইছিল শিল্পাৰ স্বামীৰ৷ ইয়াৰ অন্যতম আছিল ২০১৩ৰ IPLস্পট’ ফ্ৰিক্সিং কেলেংকাৰি৷ পৰিণতিত ৰাজ কুন্দ্ৰাই IPLৰ ৰাজস্থান ৰয়েলছ দলৰ অংশীদাৰিত্ব হেৰুৱাবলগীয়া হৈছিল৷

Leave A Reply

Your email address will not be published.