danewsplus.com
danewsplus.com

মঙ্গলদৈ জিলা কাৰাগাৰত ক’ভিড আতংক

0 386

ডিজিটেল সংবাদ, মঙ্গলদৈ: ৰাজ্যত ক’ভিড পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও বৰ্তমানেও মাৰ যোৱা নাই মহামাৰী ক’ভিডৰ সংক্ৰমণ। এইবাৰ মঙ্গলদৈ জিলা কাৰাগাৰত ক’ভিড আতংক। শনিবাৰৰ দিনটোত মঙ্গলদৈ জিলা কাৰাগাৰত ৯ জন লোকৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি।

ইয়াৰে দুগৰাকী মহিলা আৰু সাতজন পুৰুষ। শনিবাৰৰ দিনটোত কাৰাগাৰত ২০৮ জনক ক’ভিড পৰীক্ষা কৰোৱা হৈছিল। বৰ্তমান ক’ভিডত আক্ৰান্ত কয়দীকেইজনক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.