danewsplus.com
danewsplus.com

আজি বিধানসভাত শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট,প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট

0 263

আজি বিধানসভাত দাখিল কৰা হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বিত্তীয় বাজেট ৷ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব বাজেট ৷

এই বাজেটত কি কি থাকিব সেই লৈ এতিয়া  সকলোতে কৌতুহলৰ সৃষ্টি হৈছে ৷ এই বাজেটত চৰকাৰে চমক সৃষ্টি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে পৰ্যবেক্ষক মহলে ৷

Leave A Reply

Your email address will not be published.