danewsplus.com
danewsplus.com

ভয়ংকৰ অঘটন ! চলন্ত বলেৰ’ত হঠাৎ লাগিল জুই

0 152

চলন্ত বলেৰত জুই ৷ গুৱাহাটীৰ দীপৰ বিলৰ মাটিয়া কানুপাৰাত ঘটিল এই অঘটন ৷ শ্বটচাৰ্কিটৰ ফলত হঠাৎ জুই লাগিল এই বলেৰখনত ৷

দীৰ্ঘসময়ৰ মূৰত এন ডি আৰ এফ আৰু স্থানীয়লোকে নুমুৱালে জুই ৷ কথমপি প্ৰাণৰক্ষা পৰিল গাড়ীখনৰ দুজন আৰোহীৰ। আজাৰাৰ পৰা গড়চুক অভিমুখে আহি আছিল বলেৰখন ৷

Leave A Reply

Your email address will not be published.