danewsplus.com
danewsplus.com

চন্দ্ৰপুৰত অব্যাহত ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদ,হেলমেট পিন্ধি প্ৰতিবাদত নামিল ৰাইজ

0 88

চন্দ্ৰপুৰত অব্যাহত আছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদ ৷ সজাগ ৰাইজে আজিও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে চন্দ্ৰপুৰত ৷ কালিও ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছিল চন্দ্ৰপুৰ। যাৰ ফলত কঠোৰ হৈ পৰিছিল আৰক্ষী প্ৰশাসন আৰু লাঠীচালনাও কৰিবলৈ বাধ্য হৈছিল

ইপিনে, চন্দ্ৰপুৰ বেংক তিনিআলিত বৃহস্পতিবাৰে  হেলমেট পিন্ধি প্ৰতিবাদত নামে ৰাইজ ৷ আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ৷

Leave A Reply

Your email address will not be published.