danewsplus.com
danewsplus.com

NEET পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ,প্ৰথমবাৰৰ বাবে ১৩টাকৈ ভাষাত অনুষ্ঠিত হ’ব NEET

0 135

NEET পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ ৷ প্ৰথমবাৰৰ বাবে ১৩টাকৈ ভাষাত অনুষ্ঠিত হ’ব NEET

অসমীয়া ভাষাৰ লগতে হিন্দী, পাঞ্জাবী, বাঙালী,উড়িয়া, গুজৰাটী, মাৰাঠী, তেলেগু, মালায়ালম, কানাড়া,তামিল, উৰ্দু আৰু ইংৰাজী ভাষাত হ’ব পৰীক্ষা৷

অহা ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব NEET। ইতিমধ্যে আৰম্ভ পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া ৷ পৰীক্ষাৰ বাবে ঘোষণা কেতবোৰ নীতি-নিয়ম ৷

Leave A Reply

Your email address will not be published.