danewsplus.com
danewsplus.com

অসমত নতুনকৈ ক’ৰোনাৰ ফলত ২২ গৰাকীৰ মৃত্যু

0 109

ৰাজ্যত বুধবাৰে ক’ভিড পজিটিভিটী সামান্য হ্ৰাস। বুধবাৰে ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ ১.৫৪%। বুধবাৰে ৰাজ্যত ২,০৪৬ আক্ৰান্ত, মৃত্যু ২২।

ইফালে কামৰূপ মহানগৰত নতুনকৈ ২০৭গৰাকী আক্ৰান্ত। বুধবাৰে সুস্থতাৰ হাৰ ৯৫.২১%লৈ বৃদ্ধি। দিনটোত ১,৩২,৫৫৭গৰাকীৰ ক’ভিড পৰীক্ষা সম্পন্ন। উল্লেখ্য যে, মঙলবাৰে পজিটিভিটীৰ হাৰ আছিল ১.৭৪%।

Leave A Reply

Your email address will not be published.